
আৰক্ষী থানাখন ভঙাটো অখিল গগৈৰ কাৰণে মানৱীয় কাণ্ড । থানাখন ভঙা বা জ্বলাই দিয়াৰ পাছত যদি তাৰ বিৰুদ্ধে আমি কিবা কাম কৰোঁ সেয়া অমানৱীয় কাণ্ড । অখিল গগৈৰ গাত অসমীয়াৰ তেজ নাই সেইকাৰণে এনেদৰে আবুল-তাবুল বকেঃ মন্ত্ৰী পিয়ুষ হাজৰিকা ।
Tied up with a NATIONAL MEDIA AGENCY