0 00 1 min 4 yrs 188
ক্ৰমশঃ এন্ধাৰ আৰু এন্ধাৰ
নিতাল গাঁও খনৰ
খিৰিকীৰ বুকুত
বিষণ্ণতা, বৰষুণ
তোৰ-মোৰ কাহিনীত ..
————————–
অনুপ অসমীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *