0 00 1 min 3 yrs 204

আই ভেলি বন উপত্যকা আৰু বৰপেটা NK ডিভিজনৰ যুটীয়া অভিযানত কোকিলা চাকলাত অবৈধ কাঠ ফলা মিল জব্দ । কোকিলাৰ চাকলা ২য় খণ্ডত বহু দিনৰে পৰাই চলাই আছিল এই কাঠ ফলা মিল।
বৰপেটা এন কে ডিভিজন আৰু আই ভেলি বন উপত্যকাৰ যুটীয়া অভিযানত জব্দ কৰে মিল টো । ACF অবিনাশ বসুমতাৰী আৰু বৰপেটা এন কে ডিভিজনৰ ডেপুটি ৰেঞ্জাৰে চলাইছিল অভিযান। অভিযানত লক্ষাধিক টকাৰ কাঠ জব্দ কৰে। কাঠ আৰু মিলটো সম্প্ৰতি মাণিকপুৰ বন সংমণ্ডললৈ লৈ যায়।

সংবাদ দাতাঃ আব্দুল ।

Leave a Reply

Your email address will not be published. Required fields are marked *