0 00 1 min 2 yrs 170

অভয়াপুৰীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।

বন্ধ বাসগৃহৰ পৰা হৰলুকি হল সামগ্ৰী ।

কেইদিনমান পূৰ্বে অভয়াপুৰী বাটাবাৰীত নিভা বনিক্যৰ মালিকাধীন ভাড়াঘৰত থকা শৰ্মাকান্ত নাথ নামৰ লোক এজনে আত্মহত্যা কৰিছিল।

সদ্যপ্ৰয়াত নাথৰ বিধৱা পত্নীক ঘৰটোৰ মালিক নিভা বনিক্যৰ পুত্ৰ মনদ্বীপ দাসে ২ লাখ টকা দাবী কৰি মানসিক ভাৱে হাৰাশাস্তিৰ অভিযোগ ভুক্তভোগীৰ।

আজি নাথৰ বিধৱা পত্নী আৰক্ষীৰ সহযোগত ভাড়াঘৰত উপস্থিত হৈ বন্ধ গৃহৰ তলা খুলি উদং ঘৰ দেখি হতভম্ব হৈ পৰে।

অভয়াপুৰীৰ পৰা হিমাংশু দাস ডিংকুৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *