0 00 1 min 2 yrs 125

অভয়াপুৰীৰ বড়িগাঁওত
উদ্বোধন হল জয়শ্ৰী আত্ম সহায়ক গোট নামৰএটি প্ৰতিষ্টান

মূলত মহিলা সকল পুৰুষৰ সমানে স্বাৱলম্বী হোৱাৰ এক সুন্দৰ পৰিকল্পনাৰে উন্মোচন কৰা হয় এই জয়শ্ৰী আত্ম সহায়ক গোট নামৰ প্ৰতিষ্টান টো।

১১ জনী মহিলাৰে গঠিত হ’ল এই জয়শ্ৰী আত্ম সহায়ক গোট।
এই গোটৰ জৰিয়তে বিভিন্ন থলোৱা সামগ্ৰী তৈয়াৰ কৰি নিজকে এগৰাকী স্বাৱলম্বী গৃহিণী হিচাপে ভৱিষ্যত জীৱনত আগবঢ়াই নিয়াই জয়শ্ৰী আত্ম সহায়ক গোটৰ প্ৰধান উদ্দেশ্য।

আজিৰ উদ্ধোধনী অনুষ্ঠানত
বাড়িগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী মাননীয়া স্বপ্না বৰাৰ উপস্থিতিয়ে প্ৰতি গৰাকী মহিলাকে বিশেষঃ ভাবে উৎসাহী কৰি তোলে ।

Leave a Reply

Your email address will not be published.