অমৃত বাসনাHomeকবিতা by ADMIN April 18, 2020 0 00 3 yrs 169 সপোনৰ পম খেদি দুচকুত নিবিড় জোনাক, ৰিব্ ৰিব্ মলয়াৰ কোমল পৰশত আন্দোলিত মোৰ হৃদয়ৰ দুৱাৰ। কত আছ,মোৰ শিপিনী চৰাই আহ আহ সাউত্কৰে,এমুঠি ধান দিম ধান খাবি গান গাবি বুকুত বাছিবি ববচা ফুল। হেলমিনা খাতুন কবিতা Post navigation Previous postNext post Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.