0 00 1 min 6 yrs 194
নমস্কাৰ গ্ৰহণ কৰিব
আমি  Hyderabad Telangana ত বাস কৰা অসমীয়া সকলে জুন মাহৰ প্ৰথম সপ্তাহত নাগৰীকত্ব সংশোধনী বিল খনৰ বিৰুদ্ধে এটি প্ৰতিবাদী কৰ্যসূচী আয়োজন কৰিছো। আমি কোনো কাৰনত অসমত বিদেশী নাগৰীকক সংস্থাপন দিয়াতো মানি লব নোৱাৰো। অসমত বিদেশী সকলৰ বাবে আজি আমি অসমৰ পৰা বহিৰত কাম বিচাৰি  আহিব লগা হৈছে গতিকে আমি সংকল্প লৈছো  আমাৰ দৰে আমাৰ লৰা ছোৱালীক , আমাৰ ভাই ভনি বাহিৰলৈ আহিব নিদিও । আজি অসমতে অসমীয়াৰ ওপৰত বিদেশী সকলে অত্যাচাৰ কৰিছে । গতিকে আমি আমাৰ জাতি, ভাষা, সংস্কৃতি  বচাই ৰাখিব হলে অসমৰ পৰা বাহিৰত থাকিলেও হাত সাৱতি বহি থাকিলে নহব । সকলো অসমীয়াক অনুৰুধ কৰিছো যদি নাগৰীকত্ব সংশোধনী বিল আপুনিও বিৰোধিতা কৰে তেতিয়া তলত দিয়া নম্বৰত আমাৰ লগত যোগাযোগ কৰক । সকলো অসমীয়া বন্ধুক চেয়াৰ কৰক।
অনুষ্ঠানত অসমৰ নিউজ চেনেল উপস্থিত থাকিব ।
Contract No : 7010392263/ 9741160480/ 9606123408/ 9741478808
(জোনাক)

Leave a Reply

Your email address will not be published. Required fields are marked *