অসমৰস্কৃতিক ক্ষেত্ৰ খনৰ মহীৰূহ স্বৰূপ অসমৰ ৰত্ন ৰত্ন ওজা দেৱৰ দেহাৱসান ঘটে । অসমীয়া সাহিত্য, সাংস্কৃতিক ক্ষেত্ৰ খনলৈ তেখেতৰ অৱদানে অসমীয়া জাতিক সদায় আলোকিত কৰি যাব৷ তেখেতৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি৷
ৰত্ন ওজা দেৱৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ