0 00 1 min 5 yrs 146

এতিয়াৰপৰা অতি সহজে সীমা অতিক্ৰম কৰি অসমত প্ৰবেশ কৰিব নোৱাৰিব বাংলাদেশী কিয়নো অসম আৰু বাংলাদেশৰ সীমান্তত হ’ব স্মাৰ্ট ফেণ্সিং । উল্লেখযোগ্য যে যদিহে কোনোৱে এই ফেন্সিং অতিক্ৰম কৰিব খোজে তেতিয়া লগে লগে বাজি উঠিব চাইৰেন আৰু লগতে উঠিব তেখেতৰ ফটৌ । জানিব পৰা মতে কাইলৈৰপৰা আৰম্ভ হ’ব স্মাৰ্ট ফেন্সিংৰ কাম ।

অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *