0 00 5 yrs 210
তোমাক মনত পৰিছে
ফলিয়ালে চাগে
চাৰিওফালে ঠেলা ভেনৰ কেৰ কেৰ শব্দ
মিঞা,বঙালী,ৰাভা,বড়ো
অসমীয়া কোন?
আছেনে সংজ্ঞা অসমীয়াৰ
কোন অসমীয়া ?
ভূপেন দা আপুনি যে কৈছিলে
আজিৰ অসমীয়া নিজক নি চিনিলে অসমৰ মাটিতে নিজেই ভগনীয়া হব
অাজি কোন অসমীয়া
কোনে কাক চিনিব
কোনোবা ৰাভা,কোনোবা বড়ো কোনোবাই আকৌ মিঞা
অসমীয়া কোন ?
শুনিছো আৰু পড়িছো
“মানুহেই দেব মানুহেই সেৱ মানুহ বিনে নাই কেৱ”
পিছে মানুহ কোন?
কোনোবা হিন্দু কোনবা মুছলমান
কোনোবাই জৈন কোনোবা আকৌ খ্ৰীষ্টান
মানুহ বুলি কম কাক?
    
       
       শেষত সকলোকে এটাই অনুৰোধ জাতি ধৰ্ম ভাষা আদি পাহৰি আমি সকলোবে এক ভাৰতীয় আৰু এক অসমীয়া হৈ অসম আৰু ভাৰতবৰ্ষক আগুবাই লবৰ চেষ্টা কৰিব লাগে
            
        অানাৰুদ জামান সেখ

Leave a Reply

Your email address will not be published. Required fields are marked *