0 00 1 min 3 yrs 176

শ্ৰেষ্ঠতাৰ দ্বন্দ্বত 

জীৱশ্ৰেষ্ঠৰ পতন
কালৰ দংশনত
বোধিদ্ৰুম বিষাক্ত হ’ল
উৎকৃষ্টতাৰ যুদ্ধৰ শেষত
বুদ্ধৰ স্থিতপ্ৰজ্ঞ মুখত  
  কুটিল ৰেখা
অপ্ৰকৃতিস্থ সময় সাক্ষী 
সমগ্ৰ পৰিঘটনাৰ
         অংকুৰিতা ফুকন

Leave a Reply

Your email address will not be published. Required fields are marked *