0 00 1 min 2 yrs 181

আই ভেলি বন উপত্যকা আৰু বৰপেটা এন কে ডিভিজনৰ যুটীয়া অভিযানত
কোকিলা চাকলাত অবৈধ কাঠ মিল জব্দ । কোকিলাৰ চাকলা ২য় খণ্ডত বহু দিনৰে পৰাই চলাই আছিল এই কাঠ ফলা মিল।
আজি বৰপেটা এন কে ডিভিজন আৰু আই ভেলি বন উপত্যকাৰ যুটীয়া অভিযানত জব্দ কৰে মিল টো । ACF
অবিনাশ বসুমতাৰী আৰু বৰপেটা এন কে ডিভিজনৰ ডেপুটি ৰেণ্জাৰে চলাইছিল অভিযান। অভিযানত লক্ষাধিক টকাৰ কাঠ জব্দ কৰে। কাঠ আৰু মিল টো সম্প্ৰতি মাণিকপুৰ বন সংমণ্ডললৈ লৈ যায়।

আব্দুল কৰিম আকন্দ, মানিকপুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *