0 00 3 yrs 233

আজি গোলাঘাটত পুণৰ তিনিগৰাকীৰ মৃত্যু

গোলাঘাট কুমাৰপট্টিৰ জামাল আহমেদৰ ক’ভিডত মৃত্যু৷যোৱা ৩০মে’ত তেওক গোলাঘাট ক’ভিড চিকিৎসালয়ৰ পৰা যোৰহাট মেডিকেললৈ লৈ যোৱা হয় আৰু উক্ত স্থানতে তেখেতৰ মৃত্যু হয়৷মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ৷

আনহাতে ,গোলাঘাটৰ দেৰগাঁৱৰ জেস্মিনাৰা বেগমৰ
যোৰহাট মেডিকেলত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪৪বছৰ

ইয়াৰ উপৰিও গোলাঘাট নগৰৰ ৫নং ৱাৰ্ডৰ ৬৮বছৰীয়া ছামচুদ্দিন খানৰো গুৱাহাটী আৰ্য়াচন্দ হস্পিতালত মৃত্যু হয়৷যোৱা ৩০মেত তেখেতক গোলাঘাট নাৰ্চিং হোমৰ পৰা উক্ত হস্পিতেললৈ প্ৰেৰণ কৰা হৈছিল

Leave a Reply

Your email address will not be published. Required fields are marked *