0 00 3 yrs 160

এটা দিন আছিল
তাইৰ ৰঙচুৱা গালখনৰ দৰে মিহি
লাজুকী মুখৰ 
ভাললগা শব্দ এভাৰ 
বুকুৰ সোঁমাজত
লহপহীয়া !
গৰাখহনীয়া 
তাৰ পিচতে;
উদযাপন ৰ দিন একোটা 
এতিয়া বিৰক্তিকৰ
মদাহীবোৰৰ গুণগুণনি য়ে
ৰাতিবোৰক 
টুকুৰা টুকুৰ কৰি থাকে
মাছৰ দৰে !

Leave a Reply

Your email address will not be published.