0 00 1 min 5 yrs 203
আমেৰিকাত এখন বিমান দূৰ্ঘটনা গ্ৰস্ত হৈ সাগৰত পৰি যায় আৰু সেই বিমান খনৰ পাইলটে উইংত থিয় হৈ ভিডিঅ’ বনাই । সম্প্ৰতি উক্ত ভিডিঅ’টো চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পৰিলক্ষিত হৈছে। ঘটনাটো আমেৰিকাৰ উত্তৰ কেলিফ’ৰ্ণিয়াত সংঘটিত হয়। উল্লেখযোগ্য যে বিমান খনৰ পাইলট ডেভিড লেচ এগৰাকী বান্ধৱীৰ সৈতে যাত্ৰা কৰিছিল আৰু বিমান খন সাগৰত পৰি ধ্বংস হোৱাৰ আগতেই তেওঁলোক দুয়ো সাগৰত জপিয়াই প্ৰাণৰক্ষা কৰে।
অনিতা গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *