:সৰুৰে পৰা সংগীতৰ প্ৰতি থকা স্পৃহাৰ অন্তত ২০১৬ চনৰ মে’ মাহত সংগীত পৰিচালক “মহীধৰ ডেকাৰ” সাহসৰ লগতে মোক দিয়া মনোবলৰ প্ৰচেষ্টাত মোৰ কথা-সুৰ-কণ্ঠৰ “ফুলিল নাহৰ তগৰ” প্ৰথম গীতটোৰ জড়িয়তে সংগীত জগতত ভৰি দিব অাৰম্ভ কৰিলো।
২ । ৰেকৰ্ডিংৰ প্ৰথম দিনটোৰ বিষয়ে কিছু কথা ক’বা ?
:মনত অনুপ্ৰৰণা অাছিল নিজৰ গীতৰ ওপৰত শ্ৰদ্ধা অাছিল লগতে সামান্য ভয়
ভয় ভাবো অাছিল উক্ত দিনটোত। মোৰ সম্পূৰ্ণ গীতটো ৰেৰ্কড কৰোতে ২ ঘণ্টা সময় লাগিছিল।
ভয় ভাবো অাছিল উক্ত দিনটোত। মোৰ সম্পূৰ্ণ গীতটো ৰেৰ্কড কৰোতে ২ ঘণ্টা সময় লাগিছিল।
৩। জনপ্ৰিয় হ’বলৈ বিতৰ্কৰ প্ৰয়োজন বুলি ভাবানে? যদি ভাবা কিয়? :এই প্ৰসংগৰ পৰা মই বিৰতত থাকিব বিছাৰো। সেয়ে মই কোনো ধৰণৰ মতামত দিব নিবিছাৰো।
৪। তোমাৰ এই যাত্ৰাত পৰিয়ালৰ সহায়-সহযোগ কেনেকুৱা?
:বিশেষ ভাৱে মোৰ মাঁ-দেউতাৰ সহায় সহযোগীত অবিৰত ভাবে জড়িত অাছে। যদি তেঁওলোকৰ সমায় সামৰ্ধ নাপালো হয়, হয়টো অাজি এই প্ৰযাৰ্য় নাপালো হয়।
৫। তোমাৰ আদৰ্শ ব্যক্তি অৰ্থাৎ সকল ব্যক্তিৰ পৰা তুমি অনুপ্ৰাণিত হোৱা?
: হয়। তেঁওলোকৰ সৎ ব্যক্তিত্বৰ গুণা গুণৰ নিৰ্ভয়ক ভিত্তি কৰি কিছু অনুপ্ৰাণিত হৈছো।
৬। তোমাৰ প্ৰিয় নবীন আৰু প্ৰবিন কণ্ঠশিল্পী আৰু অভিনেতা-অভিনেত্ৰী ?
:মোৰ অতিকৈ প্ৰিয় মোৰ অাৰ্দশ মোৰ সংগীতৰ মহাৰথী স্বৰূপ প্ৰবিন কণ্ঠ শিল্পীৰ ভিতৰত প্ৰথম স্থানত জনপ্ৰিয়তাৰ শীৰ্শ দেউনাত থকা সকলোৰে অাদৰৰ মেলদী কিং “কুমাৰ চানু”।
নবীন কণ্ঠ শিল্পীৰ ভিতৰত বহুকেইজন অাছে, দুই এজনৰ নামকৈ শেষ কৰিব নোৱাৰিম।
৭। এদিনৰ বাবে যদি ভাৰতৰ প্ৰধান মন্ত্ৰী হোৱা তেনেহ’লে সকলোতকৈ আগত কোনটো কাম কৰিবা ?
: ভাৰত এখন শ্ৰেষ্ঠতম ৰাষ্ট্ৰ। এই বিশাক দেশখনক এদিনৰ বাবে হলেও প্ৰতিনিধিত্ব কৰাটো বৰ উজু বিষয় নহয়। সেয়ে তেনেধৰণৰ সুবিধা যদিও ভবিষৎেও পাঁও, মই সেই ভাৰ লোৱাৰ অমান্তি হ’ম লগতে মোৰ ৰাজনৈতিক জ্ঞানৰ বহুগুণেই অভাৱ।
: ভাৰত এখন শ্ৰেষ্ঠতম ৰাষ্ট্ৰ। এই বিশাক দেশখনক এদিনৰ বাবে হলেও প্ৰতিনিধিত্ব কৰাটো বৰ উজু বিষয় নহয়। সেয়ে তেনেধৰণৰ সুবিধা যদিও ভবিষৎেও পাঁও, মই সেই ভাৰ লোৱাৰ অমান্তি হ’ম লগতে মোৰ ৰাজনৈতিক জ্ঞানৰ বহুগুণেই অভাৱ।
৮। তোমাৰ দৃষ্টিত প্ৰেম আৰু জীৱনৰ সংজ্ঞা?
: প্ৰেম এক প্ৰবিত্ৰ বিষয়। অাৰু এই প্ৰেমৰ বহুতো ভাগ অাছে। তাৰ মাজত প্ৰকৃতি প্ৰেমক মই অন্যতম বুলি মনোবিচাৰ কৰো। লগতে জীৱনৰ সংজ্ঞা দিয়াটো বৰ বিশেষ উজু ও নহয় বৰঞ্চ কঠিনো নহয়। নিজৰ মানসিকতাৰে পৰিলক্ষিত্য যে এই সুন্দৰ মানৱ জীৱনটো কিদৰে বিস্তাৰ কৰিব পাৰি।
৯ । নিজৰ কণ্ঠত তোমাৰ প্ৰিয় গীত কোনটো আৰু কিয়?
:প্ৰতিজন শিল্পীৰ নিজস্ব গীতসমূহ একো একোতা সন্তানৰ দৰে। সেয়ে এইটো কোৱাৰ বহুতো কষ্ট দায়ক। তথাপিও মোৰ ১২ টা গীতৰ ভিতৰত মোৰ “মনালিচাজনি” গীতটো মোৰ কণ্ঠত মোৰ বেছি ভালপাঁও।
১০। সংগীতৰ উপৰিয়ো বেলেগ কি কৰি ভালপোৱা?
:মই নতুন নতুন কথা জ্ঞান অৰ্জি বহুতেই ভালপাঁও, লিখি ভালপাঁও, ভাবি ভালপাঁও, সুৰ কৰি ভালপাঁও, ভ্ৰমণ কৰি ভালপাঁও লগতে মই ব্যঞ্জন ৰান্ধি বহুতেই ভালপাঁও। বিশেষকৈ মাংসৰ অাঞ্জা ৰান্ধি।
১১। জোনাকৰ বিষয়ে কিবা ক’বা নেকি?
:বহুদিনৰে অাগৰ পৰাই জোনাকৰ অালোচনি লগত চিনাকী। সময় সাপেক্ষ্যে কিছু টোকা পঢ়ো। ভাললাগে দুই এটা ন-ন কথা জানিব বুজিব পাই।