0 00 1 min 5 yrs 200
বেটুপাতৰ মডেল ময়ুৰী এগৰাকী কলাসুলভ তথা অভিনয় ভালপোৱা ছোৱালী । এগৰাকী সফল অভিনেত্ৰী হোৱাৰ দুৰ্বাৰ হেঁপাহ আছে তেওঁৰ। উল্লেখযোগ্য যে কাৰ্বি আংলং ডিফুৰ জীয়ৰী ময়ুৰীয়ে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ সৈতে ইতিমধ্যে এটি মিউজিক ভিডিঅ’ত দক্ষতাৰে অভিনয় কৰিছে । অভিনয়ৰ উপৰিয়ো খেলা-ধুলা কৰি ভালপোৱা ময়ুৰীয়ে অসহায় লোকক সহায় আৰু সুশ্ৰষা কৰি ভালপায় । ময়ুৰীয়ে টিকটকৰ যোগেদি ভিডিঅ’ বনায়ো নবপ্ৰজন্মৰ মাজত যথেষ্ট সমাদৰ লাভ কৰা দেখা গৈছে । কেৱল সিমানেই নহয় ময়ুৰী এগৰাকী সহজ-সৰল , কৰ্তব্যপৰায়ণ, স্বাবলম্বী তথা সাহসী ছোৱালী ।

Leave a Reply

Your email address will not be published. Required fields are marked *