ঋষি কাপুৰৰ ৬৭ বছৰীয়া জন্মদিন ।Homeঅসমীয়া সংবাদ by ADMIN September 4, 2019 0 00 4 yrs 190 আজি অভিনেতা ঋষি কাপুৰৰ ৬৭ বছৰীয়া জন্মদিন । তেওঁৰ জন্ম ১৯৫২ চনৰ ৪ চেপ্তেম্বৰত মুম্বাইত হৈছিল । অভিনেতা ঋষি কাপুৰ চিত্ৰ নিৰ্মাতা ৰাজ কাপুৰৰ পুত্ৰ আৰু চুপাৰ ষ্টাৰ ৰণবীৰ কাপুৰৰ পিতৃ । অসমীয়া সংবাদ Post navigation Previous postNext post Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.