0 00 1 min 5 yrs 182

গোলাঘটৰ জীয়ৰী জোৎস্না এগৰাকী উদীয়মান কবি সাহিত্যিক । কবিতা লিখি ভাল পাই তেওঁ । কাব্য জগতত তেখেতৰ এক সুকীয়া আসন আছে  বুলি কলেও মিছা কোৱা নহ’ব ।
কবিতা ৰচনা কৰাৰ লগতে জোৎস্না এগৰাকী ভাল আবৃত্তিকাৰো । কবিতা গল্প লিখা মেলা তথা সাহিত্য চৰ্চা কৰাৰ উপৰিও সংগীত জগত খনৰ প্ৰতি দুৰ্বলতা আছে জোৎস্নাৰ । গান গোৱা আৰু গান শুনি ভাল পাই তেওঁ আৰু এই কাম দুটা কৰিয়েই তেওঁ আজৰি সময় বোৰ পাৰ কৰে । উল্লেখযোগ্য যে সংগীতৰ আনুষ্ঠানিক শিক্ষায়ো গ্ৰহণ কৰি আছে জোৎস্নাই ।

অনিতা গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *