0 00 1 min 6 yrs 137

ভালপোৱা এক মধুৰ তথা পবিত্ৰ সম্পৰ্ক য’ত থাকে সৰগৰীয় অনুভূতি তথা উৎসাহ প্ৰেৰণা আৰু বহুতো কিবাকিবি । কিন্তু সেই প্ৰেম ভালপোৱাই কিছুমান লোকৰ জীৱনলৈ কেতিয়াবা অভিশাপ হৈ আহে । অৰ্থাৎ যি  প্ৰেমক আমি সৰগীয় অনুভৱ বুলি ভাবোঁ সেই প্ৰেমেই বহু লোকৰ জীৱনলৈ কাল ধুমুহা নমাই আনে । কিয়নো কিছুমান লোকে প্ৰেমক এক প্ৰকাৰৰ খেল বুলি ভাবে আৰু এই খেলত জয়ী হ’বৰ বাবে কিছুমান ছোৱালীয়ে উঠি পৰি  লাগে । তেনে এজনী ছোৱালী হ’ল বৰহোলাৰ জীয়ৰী গীতাশ্ৰী বৰা ।

 দেখাত সহজ সৰল যেন লাগিলেও গীতাশ্ৰী এজনী নিষ্ঠুৰ আৰু হৃদয়হীন ছোৱালী । মিচিকিয়া হাঁহিৰে সকলোৰে মন মোহা গীতাশ্ৰীৰ ক্ৰিয়া কাণ্ড দেখিলে আপুনি আচৰিত হব কিয়নো তেওঁ সমান্তৰালভাবে একাধিক ল’ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে । এজনী ছোৱালীয়ে জানো সমান্তৰালভাবে একাধিক ল’ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে, নিশ্চয় নোৱাৰে । কিন্তু গীতাশ্ৰী ৰ বাবে এয়া কোনো ডাঙৰ কথা নহয় । কিয়নো তেওঁৰ দৃষ্টিত প্ৰেম ভালপোৱা হৈছে এক প্ৰকাৰৰ খেল । জানিব পৰা মতে এজন সহজ সৰল ল’ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল গীতাশ্ৰী বৰাৰ । কিন্তু ল’ৰাজনে জনা নাছিল যে তাইৰ প্ৰেমিক একাধিক । যেতিয়া এই বিষয়ে জানিলে তেতিয়া বহুতেই পলম হৈ গ’ল । যাৰ ফলত লৰাজন ভাগি পৰিল আৰু প্ৰেম ভালপোৱাৰ সংজ্ঞা পাহৰি গৈছিল । সম্পূৰ্ণৰূপে ভাগি পৰিছিল তেওঁ । লগতে হেৰাই গল সমগ্ৰ ছোৱালী জাতিৰ প্ৰতি বিশ্বাস । এনেকৈয়ে কিছুমান ছোৱালী য়ে প্ৰেম নামৰ খেলবিধৰ যোগেদি কিছুমান ল’ৰাৰ জীৱনলৈ আন্ধাৰ নমাই আনে । গীতাশ্ৰী বৰাৰ এই মায়াজালৰপৰা সকলো বাচি থাকক তাৰেই কামনা কৰিলো ।
ৰিঙ্কুমণি বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *