0 00 1 min 6 yrs 217

এন্ড টিভিৰ শণিবাৰ আৰু দেওবাৰে টেলিকাষ্ট হোৱা “ভইচ ইণ্ডিয়া কিডচ”ত নিজৰ কণ্ঠপ্রতিভাৰে উজলিল  অসমৰ ক্ৰমে মানসী চহৰীয়া আৰু স্রুতি গোস্বামী ৷

অসমৰ এখন ভিতৰুৱা পিছপৰা গাৱঁৰ মানসী চহৰীয়া আৰু গুৱাহাটীৰ শ্ৰুতি
গোস্বামীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ মান বঢ়াইছে । জোনাকৰ জৰিয়তে মই অসমৰ ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকৰ বহুমূলীয়া ভোটেৰে মানসী আৰু শ্ৰুতিক অসমৰ নাম উজলুৱাত সহায় কৰে যেন ।

শ্ৰুতি গোস্বামীক ভোট কৰিবৰ বাবে আপোনাৰ মবাইলত SRU টাইপ কৰি ৫৭৫৭৫ ত পঠাওক ।
মানসী চহৰীয়াক ভোট কৰিবৰ বাবে MAN টাইপ কৰি ৫৭৫৭৫ ত পঠাওক ।
(অঞ্জন) 

Leave a Reply

Your email address will not be published. Required fields are marked *