0 00 1 min 3 yrs 124

লমৰ নিপ খুলি লিখিলোঁ

প্ৰেমৰ কবিতা
ডুব গলো প্ৰেমৰ গভীৰতাত
বিচাৰিছোঁ প্ৰেমৰ বলীয়া সুত
সপোনৰ শপ্ন লীপি উদাৰতাই
আকৌ এবাৰ আৰম্ভ কৰালে
মৰম ভাল পোৱা
দুদিনৰ চীনাকী বহু চেষ্টা
কব বিচাৰো তুমাক মনৰ কথা
বুজাব বিচাৰোঁ তুমাক মোৰ মনৰ ভাষা
কতাব বিচাৰোঁ উৰে জীৱন তোমাৰ সতে
পাতিব বিচাৰোঁ তুমাৰ লগত এখন সুখৰ সংসাৰ
য’ত নিকি থাকিব
আমাৰ দুয়োৰে মৰম ভাল পোৱা
সাক্ষী হ’ব আকাশে বতাহে
চীৰ দিনৰ কাৰণে এৰি থৈ যাম
দুয়ো দুয়োৰে মৰম ভাল পোৱা

Leave a Reply

Your email address will not be published.