0 00 4 yrs 136
‌‌আজি যাব ওলাইছা
আজি যাব ওলাইছা তুমি
সঁচাকৈ সময় যে পাখি লগা কাড়….
দি যায় একো একো একোটা
স্মৃতি….
অচিনাকী হৈ আহিছিলা কিন্ত…..ইমান কম দিনতে তুমি আপোন হৈ গলা
সিৰ সিৰাই থকা বৰষুন জাকত….
মই জুৰুলি জুপুৰী হৈ পৰিছিলো… কিন্ত সেই বৰষুণ জাকৰ পৰা তুমি মোক আত‌ৰাই আনি….
এটা এটাকৈ বুজাই দিছিলা জীবনৰ কথা…কিন্ত আজি তুমি যাব ওলাইছা অচিন দেশলৈ….
হঠাতে এৰি….
দুখ লাগিছে মোৰ বহুত….বহুত….
মোক ধেমালি কৰিছিলা
সমনীয়াৰ দৰে…..
এই সংসাৰত পাহৰিব নোৱাৰা কৈ,কিন্তু আজি যাব ওলাইছা
বিদায়…. দাদা… বিদায়…….
পৰিস্মৃতা

Leave a Reply

Your email address will not be published.