0 00 1 min 4 yrs 173

UGC , AICTE ৰ মান্যতা প্ৰাপ্ত অভিযান্ত্ৰিক , আইন বা অন্য যিকোনো ধৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ । ভাৰতীয় ষ্টেট বেংকে Numero Yono ৰ যোগেদি আয়োজন কৰিছে কুইজ প্ৰতিযোগিতা । ২৪ ফেব্ৰুৱাৰীৰ পৰি ৫ মাৰ্চলৈ হ’বলগা এই কুইজ প্ৰতিযোগিতা দেশৰ ১৭ খন চহৰত অনুষ্ঠিত কৰা হ’ব । উক্ত প্ৰতিযোগিতাত কাৰেণ্ট এফেয়াৰ্চ আৰু সামান্য জ্ঞানৰ প্ৰশ্ন থাকিব । দুটা বিভাগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা খন – ৰিজিয়নেল , চেমিফাইনেল আৰু ফাইনেল । প্ৰত্যেক টো বিভাগৰ ৩ জনক ছাত্ৰবৃত্তিৰে পুৰস্কৃত কৰা হ’ব । উল্লেখযোগ্য যে Numero Yonoৰ পঞ্জীকৰণ বিনামূলীয়া । অধিক জানিবৰ বাবে www.sbinumero.com ভিজিট কৰক ।

পিংকি বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *