0 00 1 min 4 yrs 225

কলেজীয়া প্ৰেমৰ কথাই বেলেগ ।

কলেজীয়া দিনত সকলো প্ৰেমত পৰে।
কিন্তু সেই প্ৰেমৰ বাখ্যা, মানুহৰ দৰে পৃথক পৃথক ,
কোনোবা কলেজৰ প্ৰেমত পৰে ,
কোনোবা মটৰ চাইকেলৰ প্ৰেমত পৰে ,
কোনোবা ধুনীয়া ছোৱালী জনীৰ প্ৰেমত পৰে,
কোনোবা আকৌ ধুনীয়া বাইদেউ জনীৰ প্ৰেমত পৰে, 
কোনোবা Electionৰ প্ৰেমত পৰে
 কোনোবাই আকৌ প্ৰেম কি তাকেই পাহৰি যায়। 
হয়, সচাঁকৈ কলেজীয়া প্ৰেমৰ কথাই বেলেগ।
    বিকাশ জ্যোতি বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *