0 00 2 yrs 154

 অসমৰ যুৱকক হিমন্তু বিশ্ব শৰ্মাই বুলেট দিব। কিন্তু এইবাৰ যুৱতী নহয় উঠাব লাগিব ভণীয়েক আৰু মাক দেউতাককহে ।

উল্লেখ্য যে আজি কামপুৰত অনুস্থিত বি জে পিৰ বিজয় সংকল্গ যাত্ৰাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ জেষ্ঠ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
পুৱাৰ পৰাই সভাখনক লৈ বিজেপি কৰ্মী সকলৰ মাজত উথপ থপ পৰিবেশ সৃষ্টি হৈ আছিল যদিও সভাখনত মাথো দহৰ পৰা বাৰ হাজাৰমান লোকহে উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published.