0 00 1 min 2 yrs 151

৩০ মে ২০২১ তাৰিখে, চাৰ ৰামসিং টিমুং, এম এ চি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, চাৰ মধুৰাম লেকথে, বিজেপিৰ সম্পাদক, পূব কাৰ্বি আংলং, মোহন ডেৰা, উপ সভা পতি বিজেপি লাংফাৰ মণ্ডল কমিটি, হেমচিং টেৰন, বকলিয়া পৌৰ পৰিষদৰ অধ্যক্ষ, জয়দেৱ তিমুং, ভিডিচি অধ্যক্ষ লাংফাৰ, কেহাই টিমুং, সভাপতি কিচান মৰ্চা লাংফাৰ মণ্ডল নেতৃত্ব মেকবি আথোই, কাচোমাৰী, মাগুৰী, চম গাওঁ, টোকোবাৰী, মাজুগুৰি, বৰবাৰীত, লাংফাৰ এমএচি সমষ্টিৰ অধীনত ১২০০ দৰিদ্ৰ পৰিয়াললৈ চাউল বিতৰণ। টিমি খুলাত মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰা হৈছে, বাকালিয়া টাউনত চেনিটাইজ কৰা হৈছে, বাকালিয়া চিকিৎসালয়ত লঞ্চ পেক/ফল বিতৰণ, চাউল, চেনিটাইজাৰ কস্তুৰী ফল বোৰ ১১ নম্বৰৰ লাংফাৰ এম এ চি সমষ্টি অধীনত সকলো ১৮ জন কৰোনা ৰোগীক ঘৰে ঘৰে বিতৰণ কৰা হৈছে।

(Jirsong Teron )

Leave a Reply

Your email address will not be published.