0 00 4 yrs 81
কেৰেলাৰ ৰাজপথত মহাশিৱৰাত্ৰি উপলক্ষে বৃহৎ আকাৰৰ ইলেকট্ৰনিক শিৱৰ নৃত্য । অত্যাধুনিক কাৰিকৰী কৌশল তথা প্ৰযুক্তিৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে এই ইলেকট্ৰনিক মহাদেৱক । মহাশিৱৰাত্ৰি উপলক্ষে হোৱা শোভাযাত্ৰাত ইলেকট্ৰনিক মহাদেৱৰ নৃত্যই মন মোহিছে উপস্থিত ৰাইজৰ ।
সমীৰণ বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *