0 00 2 yrs 12

কৰিমগঞ্জ জিলাৰ আলমপুৰৰ চৰ চাপৰিত আজাদ খান নামৰ ব্যক্তি এজনক ৰাইজে আজি উত্তম মাধ্যম সোধায় । জানিব পৰা মতে উক্ত মৌলানা জনে বাচন বৰ্ত্তন বিক্ৰী কৰি থকাৰ সময়ত নীলিমা খাতুন নামৰ গৰ্ভৱতী মহিলা এগৰাকীক ধৰ্ষণ কৰাৰ প্ৰচেষ্টা চলাইছিল ।

কৰিমগঞ্জৰপৰা ৰিংকী কলিতাৰ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *