0 00 1 min 5 yrs 190
চ’নী টিভিৰ ৰিয়েলিটী শ্ব’ “চুপাৰ ষ্টাৰ” চিংগাৰত টপ টেনত প্ৰবেশ কৰিছে অসম সন্তান হৰ্ষিত নাথ । হৰ্ষিত নাথক লাগে আমাৰ সকলোৰে সহযোগ যাতে তেওঁ জয় হৈ অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে । গতিকে সকলোৱে চ’নী লিভ এপটো ডাউনলোড কৰি হৰ্ষিত নাথক ভোট কৰক । ধন্যবাদ ।

Leave a Reply

Your email address will not be published. Required fields are marked *