ছাঁHomeকবিতা by ADMIN April 20, 2020 0 00 1 min 4 yrs 221 ছাঁ আৰু ৰ’দৰ খেল চলি থাকে। দুপৰীয়া দুয়ো ৰহস্যময় হৈ পৰে। ৰ’দেও অলপ ছাঁ বিচাৰে, ছাঁটোয়েও ৰ’দতহে মূৰ দাঙি উঠে। তাৰ মাজতেই আকৌ কৰেনো এটুকুৰা কলীয়া ডাৱৰে হেঙাৰ হৈ থিয় দিয়ে.. অনিচ্ছা সত্বেও আনবোৰৰ দৰেই বিদায় লয় ৰ’দ আৰু ছাঁই। অংকিতা বুজৰ বৰুৱা কবিতা Post navigation Previous postNext post Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.