0 00 1 min 5 yrs 170
   

জুৰোডত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ লগত জডিত জাহ্নৱী শইকীয়াৰ নিজৰ পতিৰ স’তে ১১ বছৰ ধৰি নাই কোনো শাৰীৰিক বা মানসিক সম্পৰ্ক । অৰ্থাৎ আজিৰ পৰা ১১ বছৰ আগতেই তেওঁ নিজৰ পতি ড . অমৃত শইকীয়াক এৰি আহিছিল আৰু গুৱাহাটীত অকলশৰীয়াকৈ থাকিছিল । সাংবাদিকৰ আগত এনেদৰে কয় পতি ড. অমৃত শইকীয়াই  । লগতে আৰু কয় যে জাহ্নৱী যদি দেশদ্ৰোহী হয় তেনেহ’লে উচিত শাস্তি পাব লাগে ।

অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *