0 00 1 min 4 yrs 158
সন্ধিয়াৰ প্ৰথম আন্ধাৰৰ বুকুত ডুবি থকা শূন্যতালৈ চাই বহি আছো
বিচাৰি অলেখ প্ৰশ্নৰ সমিধান….
স্বতন্ত্র মনৰ অন্তিম ঠিকনা ক’ত?
অস্থায়ী আত্মাৰ মুক্তি ক’ত?
গতানুগতিক বিৰাগ জীৱনৰ অৱসান ক’ত?
ভূত,ভৱিষ্য,বৰ্তমান
এই তিনিকালৰ আকুল আহ্বানত ধৰি ৰাখিব নোৱাৰি মানৱ জীৱন
কেৱল এক অতৃপ্ত বাসনাত
এটি এটি কৈ  সমাধিস্থ হয় জীয়া সপোন 
অনামিকা বৰা, নাজিৰা

Leave a Reply

Your email address will not be published. Required fields are marked *