0 00 5 yrs 156
1972 চনৰ 18 নৱেম্বৰ,
মেঘালয়ৰ তুৰাৰ এখন চিকিৎসালয়,
এটা সৰু কোঠাত জন্ম হৈছিল বিশ্ব কপোৱা সাগৰৰ দৰে সাহসী বিপ্লৱী গভীৰ কণ্ঠৰ….
অনামিকাক বিচাৰি
মায়া চক্ৰত
আশাৰ অসমত
ৰং সিছিলা
মুক্তি বিচাৰি জনগণৰ
স্নিগ্ধ জোনাকত
মেঘৰ বৰণ বিচাৰি
সপোনৰ সুৰ হৈ
হিয়ামন উন্মনা কৰিলা আমাৰ
মনবোৰ সুন্দৰ কৰিলা আমাৰ
উজান পিৰিতিৰ পৰা নাহৰলে
প্ৰীতিৰ সুবাসৰ পৰা মোৰ ছোৱালীৰ কন্ঠত জানো জানো ময়ো জানোলে
হিয়া দিয়া নিয়াৰ পৰা মিশ্ছন চাইনালে
তুমি মোৰ মাথো মোৰৰ পৰা গানে কি আনেলে
শুধু তুমিৰ পৰা আজিলে
যাদৱ নাযাবাৰ পৰা প্ৰতিটো পূৱালে
কি বৰ্ডৰ পৰা বিস্কুতৰ টেমালে
শিশুৰ পৰা বৃদ্ধলে
মোৰ হৃদয়ৰ পৰা আমেৰিকালে
অনু মালিকৰ পৰা ৰাজেশ ৰোচনলে
প্ৰিতমৰ পৰা ইয়া আলিলে
এই দূৰ যাত্ৰাৰ সফল যাত্ৰী তুমি…..
25 বছৰে তুমাৰ পাছত বহুজন দৌৰিছে  পোহৰলে
তুমি সকলোকে পোহৰ বিলোৱা অৰ্হনিশে চৌদিশে
নৱজাতকৰ পৰা শেষ যাত্ৰাৰ যাত্ৰী জনলে
এটা মাথো শব্দ :::জুবিন:::
প্ৰতিজন অসমীয়াই এদিন স্বীকাৰ কৰিব
সৰ্বকালৰ শ্ৰেষ্ঠ সংগীতজ্ঞ তুমি

Leave a Reply

Your email address will not be published. Required fields are marked *