0 00 2 yrs 161

এফালে প্ৰাৰ্থীত্ব প্ৰদানক লৈ নাজিৰ হুছেইনৰ সমৰ্থকৰ আনন্দ উল্লাহ আনফালে নাজিৰ হুছেইনক টিকট প্ৰদানক লৈ অগপৰ কৰ্মী সকলৰ তীব্ৰ প্ৰতিবাদ জুৰীী

 নাজিৰ হুছেইনক বিজেপিৰ প্ৰাৰ্থীত্ব দিয়াক লৈ অসন্তুষ্ট  আবু বক্কৰ ছিদ্দিক।
কংগ্ৰেছৰ দখলত থকা ৰূপহীহাটৰ সমষ্টি খনত নাজিৰক প্ৰাৰ্থীত্ব দিয়া পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে নিজৰে মিত্ৰজোটৰ কৰ্মী সকল। কোনো কাৰণতে ৰূপহীহাটত নাজিৰক মানি নোলোৱাৰ হুংকাৰ অগপ কৰ্মীৰ। ৰূপহীহাটত অগপৰ ভেটি বিজেপিত কৈ বহু গুনে বেছি । অগপ দলৰ বহু জনপ্ৰতিনিধি আছে জুৰীয়াত ।
ৰূপহী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব সলনি নকৰিলে অগপ কৰ্মীয়ে ভোট বৰ্জন কৰাৰ কথা জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published.