0 00 3 yrs 204

জুৰীয়াৰ লালুংগাৱত ভয়ংকৰ অগ্নিকাণ্ড।

গাওঁ খনৰ চাৰিজনকৈ লোকৰ গৃহ অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জাহ যায় । 
বৈদ্যুতিক চৰ্ট শ্বাৰ্কিটৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ড ।
গাওঁ খনৰ এমৰাণ আলীৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰ পাত ঘটে।
নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে সমীপৰ মোস্তাফা,আলাল উদ্দিন আৰু মাইনুদ্দিনৰ বাসগৃহ
লোক কেইজনৰ বাসগৃহকে ধৰি সমূহ আজবাব পত্ৰ জুইত সম্পূৰ্ণ ভাবে জাহ যায়
লোক কেইজনৰ ঘৰৰ ভিতৰত থকা দুটাকৈ গেছ ছিলিণ্ডাৰ বিস্ফোৰিত হোৱাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে ।
অগ্নিকাণ্ডত প্ৰায় ৩০লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হয় বুলি জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *