জনপ্ৰিয় অসমীয়া ই আলোচনী তথা ডিজিটেল মেডিয়া “জোনাক” ( www.junaak.com ) ৰ দ্বাৰা আয়োজন কৰা হৈছে “মিছ জোনাকী” প্ৰতিযোগিতা । ” মিছ জোনাকী ” প্ৰতিযোগিতা তেওঁলোকৰ বাবে যিসকলে গ্লেমাৰ জগতখনত আত্মপ্ৰকাশ তথা নিজকে প্ৰতিষ্ঠা কৰিব বিছাৰে । প্ৰতিযোগী সকলৰ মাজৰপৰা সৰ্বাধিক ভোট অৰ্থাৎ লাইক , কমেন্ট আৰু শ্বেয়াৰ লাভ কৰা দুগৰাকী প্ৰতিযোগীক ” মিছ জোনাকী ২০১৯ ” আখ্যা দিয়া হ’ব । লগতে আকৰ্ষণীয় পুৰস্কাৰ আৰু এখনি প্ৰমাণ পত্ৰৰ সৈতে জোনাকৰ বেটুপাত শুৱনি কৰাৰ সুবিধা প্ৰদান কৰা হ’ব ।
নিয়মাৱলী :
১। আমাৰ দুটা ফেচবুক পেজ ( জোনাক আৰু আধুনিক অসমীয়া কবিতা) আৰু YouTube channel ( জোনাক ডিজিটেল মেডিয়া) ৰ সদস্য হোৱাটো বাঞ্চনীয় ।
গতিকে তলত দিয়া লিংকত গৈ আমাৰ ফেচবুক পৃষ্ঠা দুটা লাইক কৰক আৰু YouTube channel টো Subscribe কৰক । Subscribe নকৰাকৈ কৰিছোঁ বুলি কোৱা সকলক প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা হ’ব । গতিকে লগতে এখন Screen shot পঠাওক ।
গতিকে তলত দিয়া লিংকত গৈ আমাৰ ফেচবুক পৃষ্ঠা দুটা লাইক কৰক আৰু YouTube channel টো Subscribe কৰক । Subscribe নকৰাকৈ কৰিছোঁ বুলি কোৱা সকলক প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা হ’ব । গতিকে লগতে এখন Screen shot পঠাওক ।
YOUTUBE Channel :
https://youtu.be/Y3Dt4dT38ts
https://youtu.be/Y3Dt4dT38ts
ফেচবুক পৃষ্ঠা ১ :
https://www.facebook.com/JunaakDotCOMAssameseDIGITALmEDIA/
https://www.facebook.com/JunaakDotCOMAssameseDIGITALmEDIA/
ফেচবুক পৃষ্ঠা ২ :
https://www.facebook.com/JunaakDotComAssameseDigitaL/
https://www.facebook.com/JunaakDotComAssameseDigitaL/
২। আধুনিক আৰু পৰম্পৰাগত সাজপাৰ পৰিধান কৰিব পাৰিব । অত্যাধুনিক সাজপাৰ পৰিধান কৰা সকলক প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা হ’ব । যিহেতু এতিয়া বিহু বতৰ গতিকে গতিকে বিহু সাজ পৰিধান সকলক আগস্থান অৰ্থাৎ বিশেষ গুৰুত্ব দিয়া হ’ব ।
৩ । প্ৰতিযোগী সকলক কৰা লাইক, কমেন্ট, শ্বেয়াৰ তথা ভোটৰ যোগেদি নিৰ্বাচন কৰা হ’ব । ১ লাইক= ৩ টা ভোট , ১টা শ্বেয়াৰ = ৫ টা ভোট, ১ টা কমেন্ট = ৬ টা ভোট হিচাপে বিবেচনা কৰা হ’ব । অথবা (প্ৰতিযোগীৰ নাম) (জোনাকৰ ID) (www.junaak.com) টাইপ কৰি ৮৭৯০৩৪২৬৯৬ নম্বৰত SMS নাইবা ৯৯৫১১৪২৬৯০ নম্বৰত হোৱাটচএপৰ যোগেদিয়ো SMS কৰি ভোট কৰিব পাৰিব।
৪ । আপোনাৰ ফটোখন আমাৰ ৱেবচাইট www.junaak.com ত আপলোড ক’ৰা হ’ব আৰু লিংকটো আমাৰ ফেচবুক পেজত শ্বেয়াৰ কৰা হ’ব আৰু তাত অহা লাইক, কমেন্ট, শ্বেয়াৰ আদি গননা কৰা হ’ব ।
৫। প্ৰতিযোগিতাৰ সময় : ১২ এপ্ৰিলৰপৰা ৩০ এপ্ৰিললৈ । গতিকে এই সময়ৰ ভিতৰত হোৱা ভোটৰ হে গননা কৰা হ’ব । গতিকে তলত দিয়া হোৱাটচএপ নাম্বাৰত এতিয়াই প্ৰেৰণ কৰক এখন উন্নতমানৰ ফটো।