0 00 1 min 4 yrs 64

ডিব্ৰুগড়ৰ ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । উক্ত ঘটনাত ৩ জন ঠাইতে নিহত আৰু ২ জন AMCH ত চিকিৎসাধীন আৰু এজন সংকটজনক অৱস্থাত আছে।
ভাওনা এখনৰ ৰূপসজ্জাৰ কাম কৰি ঘৰলৈ উভতাৰ সময়ত সংঘটিত হয় ঘটনাটো ।

দেবজীত

Leave a Reply

Your email address will not be published. Required fields are marked *