0 00 3 yrs 122
কিশোৰ গোস্বামী

সুখৰ ভৰত

অসুখী আজি
সুখবোৰ সাজৰ তৰা
চকু টিপিয়াই হাঁহে
দুখৰ ৰাতি
জাক পাতি পাতি
লিৰিকি বিদাৰি
আঁজুৰি নিয়ে 
সমস্ত ৰঙা।
ৰঙাবোৰ তেজ
তেজবোৰ চকুলো…।

Leave a Reply

Your email address will not be published.