0 00 5 yrs 100

১/তোৰ চকুত নৈপৰীয়া আঘোণ

২/খৰালিও পানী বাঢ়ে
৩/তোৰপৰাই শিকিছো জীৱনৰ ৰং
৪/ চকুৱে হাঁহে
ভাটৌ জাক উৰে
৫/সেউজীয়া তই
পথাৰ ভালপাওঁ সেয়ে
৬/তই চালে বান নাহে
খেতি ভাল হয়

Leave a Reply

Your email address will not be published.