0 00 1 min 4 yrs 228

পেটত গাঁঠি   মুখত বিষাদ
কান্ধত শূন্য জোলোঙাটোৰ স’তে
থৰক-বৰক খোজত
তেওঁ আগবাঢ়ে উন্মাদ চহৰ খনত।
ভোক-পিয়াঁহবোৰে থৰকাছুটি হেৰুৱাই
মুমূৰ্ষ কৰি আনে কঁপনিৰ উশাহ।
লাখুটিত ভৰ দি তথাপি আগবাঢ়ে
কিজানিবা,মৌন ওঁঠত জিলিকি উঠে
এমুঠি সুখৰ হেঙুলীয়া আভা।।
✒দাদুমণি বৰা,যোৰহাট।

Leave a Reply

Your email address will not be published. Required fields are marked *