0 00 1 min 4 yrs 129
নাৰী মানেই
নহয় জানো দেৱীৰ আন এটি ৰূপ?
নাৰী মানেই নহয় জানো
গুন মোগ্ধৰে  ভৰা এটী মনোমোহা ৰূপ?
কিন্তুু দিছে জানো কোনোবাই
নাৰীক  সেই স্থান?
কোনোৱে নাৰীক কৰিলে অপমান,
কোনোৱে আকৌ কৰিলে
ধূলিৰ লগত ম্লান।
কোনোবাই আকৌ
নাৰীৰ ওপৰত নিৰ্যাতন চলায়।
কোনোবাই আকৌ নিজেই হাঁহি
নাৰীক কন্দুৱাই। 
কোনেও নুবুজিলে দেৱী ৰূপী নাৰীৰ মূল।
অনেকে-অনেক নামেৰে মাতে,
বেশ্যা,বদনামি ইত্যাদি।
বহুতো নাৰী হ’ল অন্ধবিশ্বাসৰ ব’লি।
ডাইনী,যখিনী,ৰাক্ষশিনী।
কিমান দিন চলিব
আৰু কিমান নাৰী হ’ব
অন্ধবিশ্বাসৰ ব’লি।

Leave a Reply

Your email address will not be published.