
নগাঁৱৰ জুৰীয়াত আচৰিত ঘটনা । এগৰাকী তিনি সন্তানৰ মাতৃ পলাই গ’ল ৫ সন্তানৰ পিতৃলৈ । ব্যক্তি জনৰ নাম বিল্লালুদ্দিন বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে মহিলা গৰাকীৰ স্বামী বহিঃৰাজ্য কেৰেলাত থকাৰ সুযোগতে উক্ত কামফেৰা কৰে মহিলা গৰাকীয়ে ।
Tied up with a NATIONAL MEDIA AGENCY