0 00 1 min 3 yrs 222

নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত সোঁনাৰী গাৱৰ আনোৱাৰ হুছেইন নামৰ এজন যুৱক সন্ধানহীন হয় ।

👉দেওবাৰে ৰাতি নিজা শুৱা পাটীৰ পৰা উঠি প্ৰস্ৰাব কৰিবলৈ বাহিৰলৈ ওলাই যায় সেই মুহূৰ্তৰপৰা বৰ্তমানলৈকে নিজা ঘৰলৈ উভতি আহা নাই আনোৱাৰ হুছেইন।

👉পৰিয়ালৰ মানুহে বহু বিছাৰ- খুচাৰ কৰাৰ পিছতো বৰ্তমানলৈকৈ আনোৱাৰ হুছেইনৰ কোনো সুং সুত্ৰ পোৱা নাই ।

👉 সন্ধানহীন হোৱা লোকজনৰ বয়স ৩৫ বছৰ!লোকজনে পিন্ধি আছিল বগা চুলা আৰু কলা পেন্ট ।

👉 সন্ধানহীন লোকজনৰ পত্নীৰ সৈতে ৩ জন লৰা ছোৱালী আছে ।

👉কোনো সদাসয় ব্যক্তিয়ে যদি মানুহজনক দেখা পাই তেন্তে উক্ত নম্বৰ দুটাত যোগাযোগ কৰিব

97078 15133/ 91011 90094

Leave a Reply

Your email address will not be published. Required fields are marked *