0 00 1 min 5 yrs 208

দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিয়ালে দিল্লী পুলিচৰ ক্ৰাইম ব্ৰাঞ্চৰ সহায়ত “18 Plus Beauty Temple ” নামৰ স্পা চেণ্টাৰ এখনত অনুসন্ধান চলায় য’ত অবৈধ ভাবে দেহ ব্যৱসায় চলাই অহা হৈছিল । উক্ত স্পা চেণ্টাৰ খনত ৩ জন মালিকৰ সৈতে ৪ গৰাকী যুৱতী আৰু ৩ জন গ্ৰাহকক উদ্ধাৰ কৰে। লগতে উদ্ধাৰ হয় কণ্ডমকে আদি কৰি বহুতো আপত্তিজনক বস্তু ।

অনিতা গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *