0 00 1 min 3 yrs 161

” যিসকল বিদেশীক নাগৰিকত্ব দিব বিচৰা হৈছে তেওঁলোকক ক’ত ৰাখিব। অসম, মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিমবঙ্গ ক’ত ৰাখিব। দ্বিতীয়তে চাকৰি কেনেকৈ আৰু ক’ৰপৰা দিব, বৰ্তমান সময়ত নিজৰ দেশতে বহুত নিবনুৱা আছে। প্ৰথমতে আমি তেওঁলোকৰ কম সংস্থাপনৰ বিষয়ে চিন্তা কৰা উচিত।” নাগৰিকত্ব সংশোধনী (বিধেয়ক) আইনক লৈ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিয়ালৰ মন্তব্য।

Leave a Reply

Your email address will not be published.