0 00 1 min 5 yrs 189
এটা কথা নকলেও হ’ব যে ভাই ভণিৰ মাজত এক মধুৰ তথা পবিত্ৰ সম্পৰ্ক থাকে । যাক বৰ্ণাই শেষ কৰিব নোৱাৰি । সি লাগে একে মাতৃৰে হওঁক বা নহওঁক বা পাতি লোৱাই  হওঁক । মুঠতে ভাই ভণিৰ সম্পৰ্ক মানেই এক  অনুপম তথা তুলনাহীন সম্পৰ্ক ।
পৰম্পৰাগত ভাবে আমি নিজৰ মাতৃৰ ভায়েকক মোমাই বা মামা বুলি কওঁ । আৰু মামাৰ জীয়েক আমাৰ ভণ্টী হয় সম্পৰ্কত যাৰ লগত বিবাহ পাশত আবদ্ধ হোৱা টো অবৈধ অৰ্থাৎ আসামিজ । কিন্তু আপুনি জানি আচৰিত হ’ব যে টেলেংগানা ৰাজ্যত তেনে এক ভাই ভণিৰ সম্পৰ্ক থকাৰ পাছতো বিবাহ পাশত আবদ্ধ হব পাৰে অৰ্থাৎ আসামিজ নহয় । উচ্চ শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যে মই চাৰি বছৰ হায়দৰাবাদ অৰ্থাৎ টেলেংগানাত আছিলোঁ । তেওঁ লোকৰ এই ক্ৰিয়া-কলাপে মোক আচৰিত কৰিছিল ।
(ৰিম্পী)

CLICK HERE FOR MORE NEWS

Leave a Reply

Your email address will not be published. Required fields are marked *