0 00 1 min 2 yrs 186

ৰাজ্যৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু লৈ সদৌ অসম মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ নগাঁৱ জিলা সমিতিৰ কাতৰ অনুৰোধ। ২০১৫ চনৰ মাদ্ৰাছা টেট উত্তীৰ্ণ শিক্ষক সকলক নিযুক্তি প্ৰদান কৰিবলৈ আহ্বান শিক্ষামন্ত্ৰী ৰনোজ পেগুক । অচিৰেই নিযুক্তি প্ৰদান নকৰিলে আত্ম হত্যাৰ বাহিৰে অন্য কোনো পথ খোলা নাথাকিব বুলি সংবাদমেল যোগে সদৰি কৰে বিগত ৬ বছৰ ধৰি হতাশাত ভোগী থকা ৰাজ্যৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে।


ৰেজাউল

Leave a Reply

Your email address will not be published. Required fields are marked *