0 00 1 min 6 yrs 206
নিৰব্দৰ নিশাৰ কেতেকী জনীৰ লহৰত 
সেই মাজনিশাৰ নিৰব্দ ৰাতিটো 
কিবাজযন উৰুঙা উৰুঙা লাগে 
সপোনৰ পখীজনিয়ে 
জগায় দিয়ে বিছনা পাটিৰ পৰা
সেই নিৰব্দ নিশাটোতে 
সাৰ পাই দেখো 
এয়া মাঠূ সপোন হে আছিল ।।
জোন তৰাও এতিয়া হেতা পৰিল 
মোৰ সপোনো অন্ত পৰিল
মোৰ হু্দয় আৰু অন্তৰ খন হে মাঠূ 
তোমালৈ অপেক্ষাৰত
স্থবিৰ হৈ ৰ’ল ।।
তুমি যদি পাৰা
হয়টো পাৰিবাই 
মোৰ সপোনবোৰ বাস্তবত পৰিণত কৰিবলৈ
মোৰ মৰমবোৰ তোমাৰ মাজত 
আকুৱালি লবলৈ ।।
মই সচাঁকৈ তোমাৰ
দুৰৰ্দন্ত প্ৰেমিক
মই পাগল হলো তোমাৰ বাবে.
সচাঁঁকৈ মই তোমাৰ পাগল প্ৰেমিক ।।

Leave a Reply

Your email address will not be published. Required fields are marked *