0 00 5 yrs 206

জিও তুমি আঁকিছা 

সেই একেই ৰং 
যি ৰঙে মোক হঁহোৱাই 
কন্দোৱাই আৰু নচোৱাই 
অথচ ….
তুমি  নিজে ৰং  বিহীন বিশাল
নীলাভ বেশভূষা 
এক দিগবলয়ৰ বিন্দু |

Leave a Reply

Your email address will not be published. Required fields are marked *